জাঙুৰজাঙুৰ খাই উঠ্
জাঙুৰ খা (Assamese) [ Roman: ja.ngur kha]
Contributed by: xourov on 2008-03-09
English: lose temper,
Assamese: খং উঠ্, খঙত অগ্নিশৰ্মা হ, জাঙুৰ খা, টিক্চি বিক্চি উঠ্
জাঙুৰ খা (Assamese) [ Roman: ja.ngur kha]
Contributed by: xourov on 2008-03-09
1. (Verb-Intran.) To become angry by oneself. নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
Assamese: খং উঠ্, খঙত অগ্নিশৰ্মা হ, জাঙুৰ খা, টিক্চি বিক্চি উঠ্